Rupantor Plus Professional V5.0 3Years license
SKU: RUPANTOR1095DAYS
ৰূপান্তৰ প্লাছ - গীতাঞ্জলী ফন্টৰ পৰা ইউনিকড ফন্টলৈ আৰু ইউনিকডৰ পৰা গীতাঞ্জলী ফন্টলৈ নিমিষতে সলনি কৰিব পৰা এক সঁজুলি। ইয়াত টাইপিং ফৰ্মেট আৰু ফন্টৰ প্ৰতি লক্ষ ৰাখি ৰূপান্তৰ কৰা হয়। নিমিষতে ৱেবপেজ, ই-মেইল বা ফেচবুক আদিৰ পৰা কপি কৰি ৰূপান্তৰ কৰি গীতাঞ্জলী ফন্টত পেজমেকাৰ ফটোশ্চপ আদিত আনি আপোনাৰ নিজৰ মতে লেআউট কৰি প্ৰিন্টিং কৰিব পাৰিব। দিনটোত দহ হেজাৰৰো বেছি পেজ ৰূপান্তৰ প্লাছৰ দ্বাৰা ৰূপান্তৰ কৰি লব পাৰিব।
₹ ৮,৯৯৯.০০ Regular Price
₹ ৪,৯৯৯.০০Sale Price

