top of page
Ramdhenu Plus
ৰামধেনুপ্লাছ অসমীয়া, বাংলা আৰু হিন্দী টাইপিং কৰা সঁজুলি, সকলো ধৰণৰ উইন্ডজ এপ্লিকেশ্বনতে কাম কৰিব, অসমীয়া ভাষাৰ প্ৰথম আৰু একমাত্ৰ প্ৰফেশ্ৱনেল স্পেলচেকাৰ সন্নিৱিষ্ট। স্বয়ংক্ৰিয় ফন্ট সলনি হোৱা টেকনলজীৰ লগতে বিভিন্ন ফন্ট ইয়াৰ লগত আছে। ইয়াক প্ৰতিদিনে আৰু উন্নত কৰিবলৈ যত্ন কৰি থকা হয়। নতুন ভাৰ্চনৰ আপডেট বিনামূল্যে পাই থাকিব।

Original Price Rs.4012
Works on all Windows Version both 32 bit and 64 bit
Your Payment is 100% secured by payu.in payment gateway.
Rupantor Plus - ৰূপান্তৰপ্লাছ
ৰূপান্তৰ প্লাছ - গীতাঞ্জলী ফন্টৰ পৰা ইউনিকড ফন্টলৈ আৰু ইউনিকডৰ পৰা গীতাঞ্জলী ফন্টলৈ নিমিষতে সলনি কৰিব পৰা এক সঁজুলি। ইয়াত টাইপিং ফৰ্মেট আৰু ফন্টৰ প্ৰতি লক্ষ ৰাখি ৰূপান্তৰ কৰা হয়। নিমিষতে ৱেবপেজ, ই-মেইল বা ফেচবুক আদিৰ পৰা কপি কৰি ৰূপান্তৰ কৰি গীতাঞ্জলী ফন্টত পেজমেকাৰ ফটোশ্চপ আদিত আনি আপোনাৰ নিজৰ মতে লেআউট কৰি প্ৰিন্টিং কৰিব পাৰিব। দিনটোত দহ হেজাৰৰো বেছি পেজ ৰূপান্তৰ প্লাছৰ দ্বাৰা ৰূপান্তৰ কৰি লব পাৰিব।

Original Price Rs.19,990.00
Works on all Windows Version both 32 bit and 64 bit
Your Payment is 100% secured by payu.in payment gateway.
bottom of page